সুশান্তৰ মৃত্যুৰ ১ বছৰৰ পিছত পুনৰ অভিনয়লৈ উভতি আহিছে ৰিয়া! অভিনয় কৰিব দ্ৰৌপদীৰ চৰিত্ৰত…
নিয়মীয়া বাৰ্তা, ১১ জুনঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এবছৰ পিছত ৰিয়া চক্ৰৱৰ্তী অভিনয় জগতলৈ পুনৰ উভতি আহিছে। সূত্ৰ অনুসৰি, দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব পাৰে ৰিয়া চক্ৰৱৰ্তীয়ে। মহাভাৰতৰ কাহিনীৰ ওপৰত আধাৰিত এখন ডাঙৰ বাজেটৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। ৰিয়াক সেই ছবিত দ্ৰৌপদীৰ চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। বিষয়টো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে।…
Read More...