ঠিকাদাৰৰ অমনোযোগিতাত বিধ্বস্ত আমগুৰি চাহ বাগিচাৰ এটা পথ…
নিয়মীয়া বাৰ্তা, গেলেকী, ১৩ ডিচেম্বৰ : নাজিৰা বিধানসভা সমষ্টিৰ অন্তর্গত আমগুৰি চাহ বাগিচাৰ তল লাইনৰ জৰাজীৰ্ণ পথটোৱে জনগণৰ যাতায়াতৰ ক্ষেত্রত যমৰ যাতনা ভোগাই আহিছে। এই জৰাজীৰ্ণ পথটো নিৰ্মাণৰ দাবীত বহু সময়ত অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব আৰোপ কৰা নাই । যাৰ বাবে পথটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণৰ দাবীত সৰৱ…
Read More...