ৰাজ্যিক পেৰাস্প’ৰ্টছত দুটাকৈ সোণৰ পদক বোকাখাতৰ জিণ্টু দলেৰ
বিশেষ বাৰ্তা, ১১ আগষ্ট : গুৱাহাটীৰ সৰুসজাই এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পঞ্চম সদৌ অসম পেৰাস্পৰ্টছত বোকাখাতৰ জিণ্টু দলেই গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰি দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ এফ ৪০ শাখাত অংশগ্রহণ কৰি শ্বটপুট আৰু জেভেলিন থ্ৰ'ত প্ৰথম স্থান লাভ কৰে। এই প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈগৰাকীয়ে আগন্তুক উত্তৰ-পূব মণ্ডল প্ৰতিযোগিতাৰ বাবে…
Read More...