চিবিএছইৰ দশম–দ্বাদশত বিভাগ–ডিষ্টিংচন বিলুপ্তি
🔹 পাঁচটা বিষয়ৰ নম্বৰৰ ভিত্তিত কলেজত ছাত্র–ছাত্রীক নামভর্তিৰ সুযোগ
বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইৰ দশম আৰু দ্বাদশ শ্রেণীৰ ব’ৰ্ড পৰীক্ষাত নাথাকিব কোনো বিভাগ আৰু ডিষ্টিংচন৷ অর্থাৎ দ্বাদশ আৰু দশম শ্রেণীৰ পৰীক্ষার্থীক বিভাগ আৰু ডিষ্টিংচনেৰে স্বীকৃতি দিয়া নহয়৷ চিবিএছইৰ পৰীক্ষা নিয়ন্ত্রক শ্যানম ভৰদ্বাজে এই ঘোষণা…
Read More...