দললৈ প্রত্যাৱর্তন কৰিব সূর্যকুমাৰ যাদৱে
🔹 মুম্বাই ইণ্ডিয়ানছ শিবিৰৰ বাবে সুখবৰ
বিশেষ বাৰ্তা, ৫ এপ্রিল : চলিত আইপিএলত পৰাজয়ৰ হেটট্রিক অর্জন কৰা মুম্বাই ইণ্ডিয়ানছৰ বাবে সুখবৰ৷ আঘাতৰ পৰা সুস্থ হৈ পুনৰ দললৈ প্রত্যাৱর্তন কৰিবলৈ সাজু হৈছে বিস্ফোৰক বেটাৰ সূর্যকুমাৰ যাদৱ৷ দীর্ঘদিন ধৰি খেলপথাৰৰ বাহিৰত থকা বিশ্বৰ শীর্ষ বাছনিৰ টি–২০ বেটাৰ সুর্যকুমাৰ যাদৱে ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ প্রায় সকলো…
Read More...