নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

BJP

ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণত জড়িত বিজেপি যুৱ মৰ্চাৰ সদস্যক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে বিজেপি যুৱ মৰ্চাৰ সদস্য দেৱজিৎ হাজৰিকা । উল্লেখ্য যে ১১ ডিচেম্বৰত কা' বিৰোধী…

বিজেপিৰ নিৰ্বাচনী টীমত ছাইনাৰ এণ্ট্ৰী; গেৰুৱা বসন পিন্ধিলে ছাইনা নেহৱালে

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ বেডমিণ্টন জগতৰ তাৰকা খেলুৱৈ ছাইনা নেহনালে আজি বিজেপিত যোগদান কৰি ৰাজনৈতিক কেৰিয়াৰৰ পাতনি মেলে । ২৯ বছৰীয়া ছাটলাৰ গৰাকীয়ে ভগ্নী চন্দ্ৰাংশু নেহৱালৰ সৈতে আজি ভাৰতীয় জনতা পাৰ্টীত অন্তৰ্ভুক্ত হয় । উল্লেখ্য যে ছাইনাই…

ঐতিহাসিক অন্যায় শুধৰাবলৈয়ে অনা হৈছে ‘কা’

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি কংগ্রেছ দলে গ্রহণ কৰা পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰি আইনখনৰ সপক্ষত যুক্তি দাঙি ধৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নতুন দিল্লীত নেচনেল কেডেট কর্পছ (এন চি চি)ৰ কার্যসূচীত…

কংগ্ৰেছে আজি ‘কা’ ‘কা’ কৈ চিঞৰি আছে, কিন্তু শাসনকালত কিয় মাৰ কথা এবাৰো…

নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ "যেতিয়া কাৰ আন্দোলন হ'ল তেতিয়া কোৱা হ'ল বাগিচাৰ মাটিত কোনোবা বিদেশী মানুহ আহিব ! কোৱা হ'ল চৰকাৰী খালী মাটিত বিদেশী নাগৰিক আহিব ! কিন্তু আমি আপোনালোকৰ আগত ৰৈ আজি স্পষ্ট কৰি কৈছো- যেতিয়ালৈকে বিজেপিৰ মিত্ৰজোঁটৰ…

কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন; পুনৰ দায়িত্বভাৰ ল’ব নেকি ৰঞ্জিত দাসে ?

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ দ্বিতীয়টো কার্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে নির্বাচিত হোৱাৰ দিশে আগবাঢ়িছে ৰঞ্জিত কুমাৰ দাস৷ ইতিমধ্যে কেন্দ্রীয় নেতৃত্বই ৰঞ্জিত কুমাৰ দাসক পুনৰ দায়িত্ব প্রদানৰ স্পষ্ট ইংগিত দিয়াৰ পিছত ১৮ জানুৱাৰীত…

আজি বিধানসভাৰ বিশেষ অধিৱেশন, ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীয়ে উত্তাল কৰিলে সদন…

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ আজি অসম বিধানসভাৰ বিশেষ অধিৱেশন৷ পুৱা ৯.৩০ বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ল এদিনীয়া অধিৱেশনখন । বিধানসভাৰ কার্যক্রমণিকা অনুসৰি এই বিশেষ অধিৱেশনত ‘কা’ সম্পর্কত আলোচনাৰ কোনো সুযোগ নাই ৷ ইতিমধ্যে ৰাজ্যপালৰ ভাষণৰ…

নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতেই উৎফুল্লিত অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ সোমবাৰে দিল্লীৰ নিৰ্বাচন আয়োগে আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচতেই এতিয়া উৎফুল্লিত হৈ পৰিছে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ । নিজৰ টুইটাৰৰ জৰিয়তে নিৰ্বাচন আয়োগক ধন্যবাদ জনোৱাৰ লগতে দিল্লীক উন্নতিৰ…

ইতিহাস অধ্যয়ন নকৰাকৈ কথা ক’লে ইতিহাসে ক্ষমা নকৰেঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ কংগ্ৰেছ আৰু বাওঁপন্থীৰ দৰে আমাৰ চৰিত্ৰ নহয়, জন্মৰে পৰা ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ হৈ মাত মাতি আহিছে । ৬ বছৰীয়া অসম আন্দোলনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী দেৱে অসমৰ ৰাইজৰ হৈ আন্দোলনত…

লক্ষ্য-২০২১ঃ মমতাৰ দুর্গ দখল কৰিবলৈ বাংলা ভাষা শিকিছে অমিত শ্বাহে

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীৰ দুর্গ হিচাপে পৰিচিত পশ্চিমবংগ দখলৰ সংকল্প গ্রহণ কৰিছে বিজেপি সভাপতি তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ মমতাৰ ‘মা মাটি মানুহ’ শ্লোগানৰ মাজতে পশ্চিমবংগ দখল কৰিবলৈ ৰাজ্যখনৰ…

‘কা’ৰ সমর্থনকাৰী জনতাই মিছড কলযোগে পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম…

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ সমর্থন দেশব্যাপী লাভ কৰাৰ বাবে বিজেপিয়ে গ্রহণ কৰা বিভিন্ন পন্থাৰ লগত সংযোগ কৰিলে মিছড কলৰ ব্যৱস্থা৷ দলে বৃহস্পতিবাৰে মুকলি কৰিলে এটা টোল–ফ্রী নম্বৰ, যাৰ জৰিয়তে জনতাই মিছড কল দি ৫ জানুৱাৰীৰ…