নিজৰ কনভয় কমাই দেশবাসীক বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ
পশ্চিম এছিয়াৰ সংকট আৰু ইৰান যুদ্ধৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক প্ৰভাৱৰ মাজতে মিতব্যয়িতা আৰু ইন্ধন সংৰক্ষণ অভিযানক অধিক জোৰদাৰ কৰি এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ চৰকাৰী কনভয়ৰ…