৫ মাহত শ্ৰীলংকাত আৰক্ষীৰ জালত ৬২৮ বিদেশী
জুৰুলা অর্থনীতিৰ মাজতে শ্রীলংকাত চাইবাৰ অপৰাধে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ কর্মসংস্থাপনৰ বাবে গৈ বহু লোকে শ্রীলংকাত অপৰাধমূলক কামত জড়িত হৈ পৰিছে৷ চলিত বর্ষৰ আৰম্ভণিৰ পৰা ১১ মে’লৈকে দেশখনত চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত ৬২৮জন বিদেশীক গ্রেপ্তাৰ…