নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কবি জোনমণি দাস আৰু নাই…

ডিজিটেল ডেস্ক, শিৱসাগৰ, ১২ মে’ : জনপ্ৰিয় কবি জোনমণি দাস আৰু নাই। শিৱসাগৰৰ থানাপট্টি নিবাসী জোনমণি দাস গুৱাহাটীত থকা অৱস্থাতে অসুস্থ হৈ পৰাত তেওঁ শিৱসাগৰলৈ আহি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হয়। বৃক্ক আৰু যকৃতৰ জটিল ৰোগত আক্ৰান্ত কবিগৰাকীক…

ডুমডুমাৰ ৰ’জবেৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ 

নিয়মীয়া বাৰ্তা, ডুমডুমা, ১২ মে' : তিনিচুকীয়া জিলাৰ বৃহত্তৰ ডুমডুমা অঞ্চলৰ বিভিন্ন চাহ বাগিচাত বিগত কিছুদিনৰ পৰা  নাহৰফুটুকী বাঘৰ বিচৰণ তথা আক্ৰমণৰ ঘটনাই বাগিচা অঞ্চলত বসবাস কৰা লোকসকলক শংকিত কৰি তোলাৰ সময়তে বন বিভাগে বিগত এটা মাহত…

হিমন্ত চৰকাৰ ২.০ : ড০ শৰ্মাৰ সৈতে শপত ল’লে চাৰি মন্ত্ৰীয়ে

ডিজিটেল ডেস্ক, ১২ মে' : এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ দেশবাসী। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত ইতিহাস সৃষ্টিৰে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ পশু চিকিৎসা…

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল ডেস্ক, ১২ মে' : এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ দেশবাসী। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত ইতিহাস সৃষ্টিৰে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে মঙলবাৰে শপতগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই । শপতগ্ৰহণৰ…

জুবিন গার্গ হত্যা গোচৰ, জামিন বিচাৰি এইবাৰ হাইক’ৰ্টৰ দ্বাৰস্থ শ্যামকানু মহন্ত

ডিজিটেল ডেস্ক, ১২ মে’ : ফাষ্টট্রেক আদালতত জুবিন হত্যাৰ গোচৰত জামিন বিচাৰি নিৰাশ হোৱা অন্যতম অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে কাষ চাপিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷ যোৱা ৭ মে’ত শ্যামকানু মহন্তৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ১২২১/২৬…

মা কামাখ্যাৰ আশীৰ্বাদ লৈ শপতগ্ৰহণৰ বাবে সাজু ড০ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক, ১২ মে' : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে শপতগ্ৰহণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে শক্তিপীঠ মা কামাখ্যা…

ড০ শর্মাৰ লগত আজি শপত ল’ব আন চাৰি জ্যেষ্ঠ নেতাই

ডিজিটেল ডেস্ক, ১২ মে’ : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰা খেলপথাৰত মহা আড়ম্বৰেৰে আয়োজন কৰা অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব…

সম্পাদকীয় : মুখ্যমন্ত্রী ড০ শর্মাৰ দ্বিতীয় ইনিংছ

অসমবাসীৰ ঐতিহাসিক জনাদেশ শিৰোধার্য কৰি আজি পুনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হ’ব ড০ হিমন্ত বিশ্ব শর্মা৷ ২০১৬ৰ বিধানসভা নির্বাচনত ৬০খন আসনত জয়লাভ কৰি প্রথমবাৰৰ বাবে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন এনডিএই একেৰাহে তৃতীয় কার্যকালৰ…

দেশক সাক্ষী কৰি আজি শপত ল’ব ড০ হিমন্ত বিশ্ব শর্মাই

ডিজিটেল ডেস্ক, ১২ মে’ : ২৬ বছৰীয়া দীঘলীয়া ৰাজনৈতিক পৰিক্রমাক আগুৱাই নি আজি দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শর্মাই৷ ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলা ড০ শর্মাই…

১২ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ মে’, ব’হাগ মাহৰ ২৮ তাৰিখ, মঙলবাৰ মেষ : মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২–৫ বজাৰৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব৷ উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৫৷ বৃষ :…