সম্পাদকীয় : জেনেৰিক দৰব
ৰোগীৰ জীৱন ৰক্ষা আৰু সুস্থতা নিশ্চিত কৰাত চিকিৎসকৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷ কিন্তু বর্তমান সময়ত চিকিৎসা ব্যয় বৃদ্ধি পোৱাৰ ফলত বহু সাধাৰণ মানুহে দৰব কিনিবলৈও অসুবিধাৰ সন্মুখীন হৈছে৷ এনে পৰিস্থিতিত জেনেৰিক দৰব বিশেষভাৱে আলোচনাৰ বিষয় হৈ পৰিছে৷…