তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ বিজয় থালাপতিৰ
ডিজিটেল ডেস্ক, ১০ মে' : দেওবাৰে এক নতুন ইতিহাস সৃষ্টি হ’ল তামিলনাডুত। দীৰ্ঘদিন ধৰি তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰত চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতিয়ে। চেন্নাইৰ জৱাহৰলাল…