শিক্ষাৰ্থীক সম্বৰ্ধনা মাজুলী আৰক্ষীৰ
চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (HS) কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে মাজুলী আৰক্ষীয়ে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে।
জিলাখনৰ তিনিওখন আৰক্ষী থানাত মেধাৱী…