নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ইৰান আক্রমণত ৰক্তাক্ত হোৱাৰ আশংকা দালাল ষ্ট্রীট

ডিজিটেল ডেস্ক, ২ মার্চ : আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্রমণত ক্ষত–বিক্ষত ইৰান৷ স্বাভাৱিকতে এই যুদ্ধৰ প্রভাৱ পৰিছে সমগ্র পশ্চিম এছিয়াত৷ অঞ্চলটোত ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত এই যুদ্ধৰ প্রভাৱ পৰাৰ লগতে অর্থনৈতিক ক্ষেত্রতো ই পৰিলক্ষিত হৈছে৷…

ভাৰতীয় তেল পৰিবাহী জাহাজত ইৰানৰ আক্রমণত নিহত ১৫ ভাৰতীয়

ডিজিটেল ডেস্ক, ২ মার্চ : ইৰানত আমেৰিকা–ইজৰাইলৰ আক্রমণক লৈ চলি থকা চর্চাৰ মাজতে হৰমুজ প্রণালীৰ নিৰাপত্তাক লৈও আশংকা কৰা হৈছিল৷ এই আশংকাৰ সত্যতা প্রমাণিত হ’ল৷ আশংকা কৰা মতেই ইৰানে ক্ষেপণাস্ত্রৰে আঘাত হানিলে ভাৰতীয় তেল পৰিবাহী জাহাজত৷…

নায়ক সঞ্জুৰ অনবদ্য বেটিঙেৰে বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত

ডিজিটেল ডেস্ক, ২ মার্চ : অ’পেনাৰ সঞ্জু ছেমছনৰ অনবদ্য বেটিং প্রদর্শনৰ সহায়ত টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে ইংলেণ্ডৰ মুখামুখি…

সম্পাদকীয় : পানীৰ সুুৰক্ষা

পানীয়েই প্রাণীৰ প্রাণ, কিন্তু এই পানীকেই সুৰক্ষিত কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ একবিংশ শতিকাৰ জনসংখ্যা বিস্ফোৰণৰ ফলত পানীৰ সংকট পৰিলক্ষিত হৈছে৷ ইয়াৰ উপৰি আন কাৰকসমূহ হ’ল জলবায়ুৰ পৰিৱর্তন আৰু ভূজলৰ অত্যধিক আহৰণ৷ বেংকসমূহ দেউলীয়া হ’লে যি…

২ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২ মার্চ, ফাগুন মাহৰ ১৭ তাৰিখ সোমবাৰ : তিথি–শুক্লা চতুর্দশী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই মেষ : আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷ বৃষ :…

কাইলৈৰ পৰা শুৱালকুছিত তিনিদিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ

বস্ত্ৰনগৰী শুৱালকুছিৰ একমাত্ৰ উদাসীন আৰু ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীঈশ্বৰ হাটীসত্ৰৰ উদ্যোগত ২ মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কৰা হ'ব৷ দৌল মহোৎসৱৰ বিভিন্ন কাৰ্যক্ৰমণিকাত বিশেষভাৱে অংশ ল'ব প্ৰাইড…

বৰক’লাত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস পালন

ছাত্র সমাজৰ দ্বাৰা পৰিচালিত বিশ্ব কপোৱা অসমৰ ঐতিহাসিক বিদেশী বহিষ্কাৰ আন্দোলনৰ  সময়ত ১৯৮৩ চনৰ জুয়ে পোৰা তিৰাশীৰ পহিলা মাৰ্চত অসমী আইৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কৰম সিঙৰ স্মৃতি দিৱস আজি বৰক'লা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় প্ৰাংগণত থকা…

ভয়াৱহ বিস্ফোৰণত কঁপি উঠিল মহাৰাষ্ট্ৰৰ নাগপুৰ, ১৭জনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ১ মাৰ্চ : মহাৰাষ্ট্ৰৰ নাগপুৰত দেওবাৰে এক মর্মান্তিক দুর্ঘটনা সংঘটিত হয়। বেচৰকাৰী বিস্ফোৰক নিৰ্মাণকাৰী কোম্পানীৰ কাৰখানাত সংঘটিত ভয়ংকৰ বিস্ফোৰণত অন্ততঃ ১৭জনৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোত আন ১৮জন গুৰুতৰভাৱে আহত হয়। আহতসকলক উদ্ধাৰ…

সোণতলীৰ জাওকাটাত ভয়ংকৰ অগ্নিকাণ্ডত তিনিটা ঘৰ ভস্মীভূত

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জাওকাটা গাঁৱত আজি দুপৰীয়া সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত পৰিয়াল এটাৰ তিনিটা ঘৰ ভস্মীভূত হয়৷ জানিব পৰা মতে, সোণতলীৰ জাওকাটা গাঁৱৰ এছাক আলীৰ ঘৰত আজি দুপৰীয়া আকস্মিকভাৱে জুইৰ সূত্ৰপাত ঘটে৷ জুইৰ লেলিহান শিখাই…

পিতৃৰ মৃত্যুৰ পিছতে ইৰানৰ নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেইনি

ডিজিটেল ডেস্ক, ১ মাৰ্চ : ইজৰাইল আৰু আমেৰিকাৰে হোৱাৰ যুদ্ধৰ পৰিণতিত এয়াৰ ষ্ট্ৰাইকত মৃত্যু হয় ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনিৰ। ইয়াৰ পিছতে ইৰানৰ শাসনভাৰ আয়াতুল্লা আলী খামেইনিৰ দ্বিতীয় পুত্ৰৰ হাতলৈ। মোজতাবা খামেইনি হ'ব ইৰানৰ নতুন…