গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি জোনাই সম-জিলা প্ৰশাসনৰ
দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাথোঁ দুটা দিন বাকী। তেনে সময়তে দেশৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো জোনাই সম-জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ব্যাপক প্ৰস্তুতি চলাই নিয়া দেখিবলৈ পোৱা গৈছে।
ইফালে, ৭৭সংখ্যক গণৰাজ্য দিৱসত…