২৩ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল
আজি ২৩ জানুৱাৰী, মাঘ মাহৰ ৯ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই
মেষ : আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ প্রেম–প্রীতিত অনুকূল৷ শুভ ৰং বগা,…