২০ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল
আজি ২০ জানুৱাৰী, মাঘ মাহৰ ৬ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : শ্রাৱণা, যাত্রা : মধ্যম
মেষ : কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ। দূৰ ভ্রমণৰ যোগ আছে৷ দাম্পত্যত শুভ৷ ঘৰ–বাৰীৰ পৰিকল্পনাত উপকৃত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
বৃষ :…