নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

লাইনচ্যুত হৈ দুই দ্ৰুতবেগী ৰে’লৰ ভয়াৱহ সংঘৰ্ষ, ২১ যাত্ৰীৰ প্ৰাণহানি

নিউজ ডেস্ক, ১৯ জানুৱাৰী : দেওবাৰে নিশা দক্ষিণ স্পেইনৰ কৰ্ডোবাৰ ওচৰত দুই দ্ৰুতবেগী ৰে’লৰ সংঘৰ্ষৰ ফলত সমগ্ৰ দেশখনত শোকৰ ছাঁ পৰে। লাইনচ্যুত হৈ এখন দ্ৰুতবেগী ৰে'লে খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা ৰে'লত । এই দুৰ্ঘটনাত অন্ততঃ ২১জন লোকৰ মৃত্যু…

ভাৰতৰ মাটিত ইতিহাস ৰচি এদিনীয়া শৃংখলা জয় নিউজিলেণ্ডৰ

নিউজ ডেস্ক, ১৯ জানুৱাৰী : ভাৰতৰ মাটিত প্রথমবাৰৰ বাবে এদিনীয়া শৃংখলা দখল কৰি ইতিহাস ৰচনা কৰিলে নিউজিলেণ্ডে৷ ঘৰুৱা দল টীম ইণ্ডিয়াৰে খেলা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ২–১ত হস্তগত কৰে কিৱি বাহিনীয়ে৷ শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক…

বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

ডিজিটেল ডেস্ক, ১৯ জানুৱাৰী : সামাজিক মাধ্যমত জুবিন গাৰ্গ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দিয়া শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিলে গৰিমা শইকীয়া গাৰ্গে। ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰে গৰিমা শইকীয়া গাৰ্গে। উল্লেখ্য যে শিখা শৰ্মাই সামাজিক মাধ্যমত সীমা চেৰাই গৈ…

আৰপিএফৰ মহিলা বিষয়ালৈ ৰে’লৱেৰ সর্বোচ্চ সন্মান

নিউজ ডেস্ক, ১৯ জানুৱাৰী : ৰে’ল ষ্টেচনৰ পৰা নিৰুদ্দেশ হোৱা প্রায় ১,৫০০ শিশু উদ্ধাৰ কৰি ৰে’লৱেৰ সর্বোচ্চ সন্মান লাভ কৰিলে উত্তৰ প্রদেশৰ মহিলা চিআৰপিএফ বিষয়া চন্দনা সিঙে৷ তেওঁ এটি দল গঠন কৰে৷ সেই দলটোৱে মূলতঃ ষ্টেচনৰ নিৰুদ্দিষ্ট শিশুহঁতক…

ভাৰতে দাইল শস্যত শুল্ক আৰোপক লৈ চিন্তিত আমেৰিকা

নিউজ ডেস্ক, ১৯ জানুৱাৰী : হুলেৰে হুল কঢ়াৰ নীতি লৈছে ভাৰতে৷ ইয়াক লৈ এতিয়া চিন্তিত আমেৰিকা৷ সম্প্রতি আমেৰিকাৰ পৰা আমদানি কৰা দাইল শস্যৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰিছে ভাৰতে৷ আমেৰিকাৰ মতে, দেশখনৰ পৰা ভাৰতলৈ ৰপ্তানি কৰা দাইল শস্যৰ ওপৰত…

লখিমপুৰৰ কয়লামাৰীত বন্যহস্তীৰ তাণ্ডৱ, ভাঙিলে পাঁ‌চটাকৈ বাসগৃহ

লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লামাৰী পঞ্চায়তৰ অন্তৰ্গত কয়লামাৰী চাহ বাগিচাৰ কয়লাপথাৰ আৰু ১/২নং বালিজান গাঁ‌ৱত বন্যহস্তীয়ে কালি নিশা তাণ্ডৱ চলায়। বন্যহস্তীয়ে ভাঙে পাঁ‌চটাকৈ বাসগৃহ। নিশা শুই থকা অৱস্থাত বালিজানৰ ৰাজ কৰ্মকাৰ, বিজয়…

ছয়দিনীয়াকৈ অনুষ্ঠিত সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সফল সামৰণি

নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ বাকৰি নেহৰুবালিত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ১৩ জানুৱাৰীৰ পৰা ছয়দিনীয়াকৈ অনুষ্ঠিত ভোগালী বিহু উৎসৱৰ আজি সফল সামৰণি পৰে। উদুলি- মুদুলি পৰিবেশত অনুষ্ঠিত এই ভোগালী বিহু উৎসৱে ৰাইজৰ মাজত…

ডাভোছৰ ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক, ১৮ জানুৱাৰী : অসমৰ বাবে এটি অত্যন্ত ভাল খবৰ। ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব লগা অতি সন্মানজনক ৱ’ৰ্ল্ড ইক’নমিক ফ’ৰামত (ডব্লিউ ই এফ) ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্ৰতিনিধিত্ব…

ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰিম : মুখ্যমন্ত্ৰী ড০ শৰ্মা

অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজলৈ আন্তৰিক প্ৰণাম-সম্বোধনেৰে আজি কলিয়াবৰৰ নিজ চিলাবন্ধাস্থিত মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে ৭ হাজাৰ কোটি টকা ব্যয়েৰে হ'বলগীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৪.৪৫ কিলোমিটাৰ…

লক্ষ্ণৌ বিমানবন্দৰত ইণ্ডিগোৰ বিমানৰ জৰুৰী অৱতৰণ

নিউজ ডেস্ক, ১৮ জানুৱাৰী : মাজ আকাশত ইণ্ডিগোৰ বিমানত বোমা আতংক। দিল্লীৰ পৰা বাগডোগৰা অভিমুখে যোৱা বিমান এখনত বোমা ৰখা হৈছে বুলি বাৰ্তা লাভ কৰাৰ পাছতেই তৎক্ষণাত লক্ষ্ণৌ বিমানবন্দৰত বিমানখনৰ জৰুৰী অৱতৰণ কৰোৱা হয়। ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত তীব্ৰ…