ৰাম মন্দিৰৰ ১৫ কিলোমিটাৰ ব্যাসার্ধত নিষিদ্ধ সুৰা–আমিষ খাদ্য
নিউজ ডেস্ক, ১১ জানুৱাৰী : ২০২৫ বর্ষৰ মে’ মাহত অযোধ্যাৰ পৰা ফৈদাবাদত সংযুক্ত কৰা ১৪ কিলোমিটাৰ দৈর্ঘ্যৰ ৰাম পথৰ কাষত সুৰা বা আমিষ খাদ্য বিক্রী কৰাত নিষেধাজ্ঞা জাৰি কৰিছে অযোধ্যা পৌৰসভাই৷ বহু বিক্রেতাই এই নির্দেশনা মানি নচলাৰ লগতে অনলাইনযোগেও…