লোহাৰঘাটৰ ভোলাগাঁৱত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ
পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভোলাগাঁও অঞ্চলটোত কালি সন্ধিয়া লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া নয়নজ্যোতি ডেকাৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে এএছ-১২ ই-৬৪০১ নম্বৰৰ এখন কাঠভৰ্তি ট্ৰাক জব্দ কৰিবলৈ…