নিবনুৱাৰ বাবে সুখবৰ : অসম আৰক্ষীত পুনৰ নতুন চাকৰি
চাকৰি প্রার্থীৰ বাবে সুখবৰ কঢ়িয়াই আজি প্রকাশ পালে অসম আৰক্ষীত খালী পদৰ বিজ্ঞাপন৷
আজি প্রকাশ হোৱা বিজ্ঞাপন অনুসৰি ১৭১৫টা কনিষ্টবল পদৰ বাবে যুৱক–যুৱতীসকলে আৱেদন কৰিব পাৰিব৷ এই বিজ্ঞাপনত সশস্ত্র শাখা (এবি) আৰু নিৰস্ত্র শাখা (ইউবি) দুয়োটাকে…