দুৰ্নীতিৰ ৰাণী ACS বিষয়া নূপুৰ বৰাক জামিন বিশেষ আদালতৰ
দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ACS অফিচাৰ নূপুৰ বৰাক আজি বিশেষ আদালতে জামিন মঞ্জুৰ কৰিছে। বিগত কিছুদিন ধৰি নূপুৰ বৰাই ৰঙাঘৰৰ আলহী হৈ আছিল।
আজি বিশেষ ন্যায়াধীশে জামিন অনুমোদন কৰে। আদালতে নিৰ্দিষ্ট চৰ্তৰ অধীনত নূপুৰ বৰাক মুক্তি দিয়াৰ…