দিল্লী-ৰ ঐতিহাসিক স্থান-বজাৰত বৃদ্ধি সুৰক্ষা ব্যৱস্থা
লালকিল্লাৰ ওচৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ পিছত দিল্লী চহৰজুৰি জাৰি কৰা হৈছে উচ্চ সতর্কতা।
দিল্লী আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, চহৰৰ সকলো ঐতিহাসিক স্থান আৰু ডাঙৰ বজাৰসমূহত সুৰক্ষা ব্যৱস্থা বাঢ়োৱা হৈছে।
সুৰক্ষা বাহিনীৰ সদস্যসকলক…