গুৱাহাটী-ত নতুন নিয়মেৰে ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচ
গুৱাহাটী-ৰ বৰ্ষাপাৰাত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট মেচখনত নতুন সময়সূচী আৰু নিয়ম প্ৰয়োগ হ’ব। অসমত সোনকালে সূৰ্যোদয় আৰু সূৰ্যাস্ত হোৱাৰ কথা মনত ৰাখি এই পৰিৱৰ্তন আনা হৈছে।
নতুন নিয়ম অনুসৰি, টেষ্ট মেচখন আৰম্ভ হ’ব পুৱা ৯ বজাত,…