গাজাত যুদ্ধ অপৰাধ
মৃত্যুপুৰী গাজাত যুদ্ধৰ নৃশংসতাই সকলো নজিৰ ভংগ কৰিছে৷ ইজৰাইলৰ ভয়াৱহ আক্রমণত বিবদমান এই ভূখণ্ডত প্রতিদিনে পাইকাৰী হাৰত মৃত্যু হৈছে নিৰীহ পেলেষ্টাইনী লোকৰ৷ বোমা–ক্ষেপণাস্ত্রৰ আঘাতৰ পৰা প্রাণটো হাতৰ মুঠিত লৈ পলায়ন কৰিব বিচৰা লোকসকলৰ ওপৰতো…