নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

২০২৬ৰ ভোটযুদ্ধত বিজেপিৰ ‘মিছন–১০০’

🔹 সোণাপুৰৰ চিন্তন বৈঠকত বিধানসভা–বিটিচি নির্বাচনৰ ৰণকৌশল বিশেষ বার্তা,  ২০ জুলাই : বিৰোধী শিবিৰ নিস্তেজ হৈ থকাৰ বিপৰীতে সমাগত বিধানসভা নির্বাচনৰ বাবে পূর্ণোদ্যমে প্রস্তুতি অব্যাহত ৰাখিছে ৰাজ্যিক বিজেপিয়ে৷ শাসকীয় মিত্রজোঁট নেতৃত্বাধীন দলটোৰ…

চিত্তাকর্ষক চিন্তন

২০২৬ৰ বিধানসভা নির্বাচন প্রায় জোঁৰ পুৰি হাত পাইছে৷ ইতিমধ্যে এই নির্বাচনৰ দামামা বাজিছে৷ নির্বাচন আয়োগৰ সমান্তৰালকৈ ৰাজনৈতিক দলসমূহৰো কুচকাৱাজ আৰম্ভ হৈ গৈছে৷ বিৰোধীয়ে ‘যুঁজ এখন হ’ব’ বুলি এক শ্লোগান দিবলৈ চেষ্টা কৰিছে৷ অৱশ্যে এই যুঁজ কাৰ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২১ জুলাই, শাওণ মাহৰ ৪ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : ৰোহিণী, যাত্রা : শুভ মেষ : পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷ শুভ ৰং…

বিলাসীপাৰাত মষ্ট ৱান্টেড ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত

নিয়মীয়া বাৰ্তা,  ২০ জুলাই : বিলাসীপাৰা আৰু চাপৰৰ বিভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ মষ্ট ৱান্টেড হৈ পৰা ছফিয়ৰ আজি হাতে-লোটে ধৰা পৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত যুৱকজনে বিলাসীপাৰা আৰু চাপৰৰ বিভিন্ন প্ৰান্তত বিভিন্ন…

এছএছচিত মাল্টি টাস্কিং ষ্টাফ-হাৱালদাৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৪ জুলাই ষ্টাফ ছিলেকচন কমিছনে মাল্টি টাস্কিং ষ্টাফ (এমটিএছ) আৰু হাৱালদাৰ পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

বিলাসীপাৰাত আজিও অব্যাহত তীৰ মাফিয়াৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা,  ২০ জুলাই : পশ্চিম অসমৰ ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত বিলাসীপাৰা মহকুমা সদৰ চহৰখন সম্প্ৰতি জুৱাৰীৰ বাবে ৰম্যভূমিত পৰিণত হৈছে। পিছে এই ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে নীৰৱ ভূমিকা লৈ প্ৰকাৰান্তৰে হাত উজানহে দিছে। এই সন্দৰ্ভত 'নিয়মীয়া…

এজাক শিশুৰ গীত-মাতেৰে মুখৰ ডুমডুমা শতদল শাখা সাহিত্য সভাৰ গ্রীষ্মকালীন কুঁহি অনুষ্ঠান

নিয়মীয়া বাৰ্তা,  ২০ জুলাই : ডুমডুমা শতদল শাখা সাহিত্য সভাই শাখাৰ কুঁহি উপ-সমিতিৰ সহযোগত ১৯ জুলাইৰ সন্ধিয়া শাখাৰ ভৱনত অনুষ্ঠিত কৰে গ্ৰীষ্মকালীন কুঁহি অনুষ্ঠান । প্রায় ২৫গৰাকী শিশুৰ গীত-মাতেৰে মুখৰিত কৰি তোলে ডুমডুমা শাখাৰ ভৱন । শাখা…

লাক্ষাদ্বীপত নির্মাণ হ’ব প্রতিৰক্ষা ঘাটি

🔹 ভাৰতৰ কঠোৰ নিৰীক্ষণত থাকিব মালদ্বীপ–আৰব সাগৰ নিউজ ডেস্ক, ২০ জুলাই : প্রশান্ত মহাসাগৰীয় অঞ্চলত প্রতিৰক্ষা ঘাটি নির্মাণ কৰি ভাৰতে ইয়াৰ কৌশলগত আৰু কূটনৈতিক শক্তি বৃদ্ধিৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ শেহতীয়াভাৱে কেন্দ্রীয়শাসিত অঞ্চল…

ঢাকাৰ বৈঠক বয়কট কৰিব ভাৰতীয় ক্ৰিকেট ব’র্ডে

🔹 পুনৰ অনিশ্চিত এছিয়া কাপ ক্রিকেট নিউজ ডেস্ক, ২০ জুলাই : ৰাজনৈতিক অস্থিৰতাৰ বাবে বাংলাদেশ ভ্রমণলৈ ক্রিকেটাৰসকলক পঠিয়াবলৈ বিচৰা নাই ভাৰতীয় ক্রিকেট ব’র্ডে৷ ঢাকালৈ যাব নিবিচাৰে ব’ৰ্ডৰ কর্মকর্তাসকল৷ ফলত অনিশ্চিত হৈ পৰিছে এছিয়া কাপ সংক্রান্তীয়…

ভূমি সংৰক্ষণ বিভাগত ১৬টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৯ আগষ্ট অসম লোকসেৱা আয়োগে ১৬টা ছইল কনজাৰভেচন ৰেঞ্জাৰ পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷