মহিলা ফুটবলত বিশ্ব অভিলেখ : ১১ কোটিত চুক্তিবদ্ধ অলিভিয়া
🔹 দুবছৰৰ ভিতৰতে বিশ্বৰ মহিলা ফুটবলৰ আটাইতকৈ দামী খেলুৱৈ
নিউজ ডেস্ক, ২০ জুলাই : ২০১৯ চনত ১৫ বছৰ বয়সত কানাডাৰ হৈ আন্তর্জাতিক ফুটবলত অভিষেক ঘটিছিল অ’লিভিয়া স্মিথৰ৷ পেছাদাৰী ফুটবল খেলিবলৈ আৰম্ভ কৰে ২০২৩ চনত৷ দুবছৰৰ ভিতৰতে তেওঁ বিশ্বৰ মহিলা…