নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঢাকাত বিদ্যালয়ৰ ওপৰত ভাঙি পৰিল বায়ুসেনাৰ জেট বিমান

🔹 বাংলাদেশত ভয়াৱহ বিমান দুৰ্ঘটনাত নিহত ১, আহত ৪ নিউজ ডেস্ক, ২১ জুলাই : বাংলাদেশৰ ঢাকাত আজি এক ভয়ানক বিমান দুৰ্ঘটনাই জোকাৰি গৈছে দেশখনক। শিক্ষাৰ্থী উপস্থিত থকা এখন বিদ্যালয়ৰ ওপৰত ভাঙি পৰে বাংলাদেশ বায়ুসেনাৰ এখন প্ৰশিক্ষণত ব্যৱহাৰ কৰা বিমান।…

ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণত ৬০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণত খালী হোৱা কিছুসংখ্যক ডেপুটী মেনেজাৰ (টেকনিকেল)ৰ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মানচেষ্টাৰ টেষ্টৰ পূর্বে ভাৰতীয় দলত নতুন পেচাৰ

🔹 শৃংখলাৰ পৰাই বাহিৰ হ’ব আঘাতপ্রাপ্ত অর্শদ্বীপ সিং নিউজ ডেস্ক, ২১ জুলাই : বুধবাৰৰ পৰা মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ টেষ্টত খেলিবলৈ নামিব ভাৰত৷ তাৰ পূর্বে ভাৰতীয় দলত আৰু এজন ক্রিকেটাৰে যোগ দিছে৷ পেচাৰ অংশুল কম্বোজক দলত অন্তর্ভুক্ত…

নগাঁৱৰ এটি পৰিয়ালৰ বদান্যতা : মৃত পুত্ৰৰ দুটা অংগৰে নতুন জীৱন দিলে দুই ব্যক্তিক

বিশেষ বাৰ্তা, ২১ জুলাই : নগাঁও চহৰৰ এটি পৰিয়ালৰ বদান্যতাই সমগ্ৰ অসমতে চৰ্চা লাভ তথা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। সি‌ং উপাধিৰ পৰিয়ালটোৱে নিজৰ ১৮ বছৰীয়া পুত্ৰক চিৰজীৱনৰ কাৰণে হেৰুৱায় যদিও অকাল মৃত্যুক আঁকোৱালি লোৱা পুত্ৰৰ দুটা অংগ দুজন…

বিজেপিৰ সকলো বিধায়কে নাপাবও পাৰে টিকট

🔹 চিন্তন বৈঠক সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মা 🔹  চৰকাৰী আঁচনিৰ সফল প্রয়োগৰ ওপৰতে নির্ভৰ হ’ব দলীয় প্রার্থিত্ব বিশেষ বাৰ্তা, ২১ জুলাই : সোণাপুৰৰ এখন ৰিজ’ৰ্টত ১৯ জুলাইৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকৰ পাছতে দলৰ মন্ত্রী-বিধায়কসকলে…

প্রতিলিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য ২০ হাজাৰ দুগ্ধপালকক

🔹 পূৰবী ডেইৰীৰ উদ্যোগ সম্প্রসাৰণৰ ভূমি পূজন মুখ্যমন্ত্রীৰ বিশেষ বাৰ্তা, ২১ জুলাই : অসমৰ দুগ্ধ উৎপাদকক আর্থিকভাৱে স্বনির্ভৰ কৰি ৰাজ্যখনত শ্বেত বিপ্লৱ গঢ়ি তোলাৰ পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০ জুলাইত গুৱাহাটীৰ…

এনএইচপিচিত ৩৬১ পদত চাকৰিৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১১ আগষ্ট এনএইচপিচি লিমিটেডত খালী থকা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

সুৰা কোম্পানীৰ বিজ্ঞাপনত ৰংঘৰৰ ফটো

🔹 অসমৰ ঐতিহ্যক চূড়ান্ত অপমান নিউজ ডেস্ক, ২১ জুলাই : শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ কেতিয়াবা বেদখলকাৰীৰ কবলত আৰু কেতিয়াবা কৃত্রিম বানে এই ঐতিহাসিক সম্পদবিধৰ অস্তিত্ব বিপন্ন কৰি অহাৰ সমান্তৰালকৈ এইবাৰ ঐতিহ্যত চূড়ান্ত কুঠাৰাঘাত কৰিব খুজিছে এটা সুৰা…

ৰাইজৰ মূৰত ৰামটাঙোন শোধাই বাঢ়িল মিঠাতেলৰ দাম 

🔹 ৰাজ্যত প্রতিলিটাৰত বাঢ়িল ২০-৩০ টকালৈ বিশেষ বাৰ্তা, ২১ জুলাই : অত্যাৱশ্যকীয় বিভিন্ন সামগ্রীৰ দামবৃদ্ধিয়ে সর্বসাধাৰণ লোকক বহু সময়ত জুৰুলা কৰি অহাৰ সময়তে এইবাৰ ৰামটাঙোন শোধালে মিঠাতেলৰ দামবৃদ্ধিয়ে৷ এমাহ পূর্বে ক্রয় কৰা বিভিন্ন ব্রেণ্ডৰ…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ আশুতোষ কুমাৰৰ

বিশেষ বাৰ্তা, ২১ জুলাই : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া ন্যায়াধীশ আশুতোষ কুমাৰে আজি পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত শপত বাক্য পাঠ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামর্শৰ ভিত্তিত তেওঁক কেন্দ্রীয় আইন আৰু…