সোণাৰিত আলফাৰ লিংকমেন আটক
বিশেষ বাৰ্তা, চৰাইদেউ, সোণাৰি, ৫ জুলাই : চৰাইদেউ আৰক্ষীয়ে জিলাখনৰ মথুৰাপুৰত অভিযান চলাই আজি আলফাৰ (স্বাঃ) দুটা লিংকমেনক আটক কৰে । আটকাধীন লিংকমেন দুটা মথুৰাপুৰ থানাৰ অন্তৰ্গত উদয়পুৰৰ অজু পাণিকা আৰু চাফ্ৰাই মোহন গাঁৱৰ ধুনু মুড়া ৷ উল্লেখ্য যে…