১০ দিনত চতুৰ্থবাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি
দেশত আজি পুনৰ এবাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। ২৫ মে’, ২০২৬ পুৱা ৬ বজাৰ পৰা পেট্ৰ’লৰ মূল্য ২ টকা ৬১ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰত ১০২ টকা ১২ পইচালৈ পৌঁছিছে। আনহাতে ডিজেলৰ মূল্য ২ টকা ৭১ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰত ৯৫ টকা ২০ পইচা…