জোনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত বাঘৰ উপস্থিতি
ডিজিটেল ডেস্ক, ২৪ মে' : জোনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত বাঘৰ উপস্থিতিৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, জোনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ তিনিমাইল বীটখণ্ডত নিয়মিত টহলদাৰীৰ সময়ত বনৰক্ষী টহলদাৰী দলে বিভিন্ন স্থানত বাঘৰ…