ঈদ-উল আজহা : ধুবুৰীৰ বজাৰত ক্ৰমশঃ ঊৰ্ধ্বমুখী শাক-পাচলি, মাংসৰ দাম
পূজা-পাৰ্বণ আহিলেই ধুবুৰীৰ বজাৰত মূল্যবৃদ্ধি ঘটিবলৈ লোৱাটো এক স্বাভাবিক ঘটনাত পৰিণত হৈছে। ঠিক অনুৰূপে, ইছলামধৰ্মী লোকৰ পৱিত্ৰ ঈদ-উল আজহাৰৰ আগে আগে ধুবুৰীৰ বজাৰত শাক-পাচলী আৰু মাংসৰ দাম ক্ৰমশঃ উৰ্ধমুখী হ'বলৈ লোৱা দেখা গৈছে।
ইতিমধ্যে ধুবুৰী…