নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিৰোধী দলপতি : চর্চাত ৱাজেদ জাকিৰ হুছেইন–ৰেকিবুদ্দিন-ৰছিদ আলমৰ নাম

ষষ্ঠদশ অসম বিধানসভাৰ বিৰোধী দলপতি কোন হ’ব? অহা ২১ মে’ৰ পৰা ২৬ মে’লৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগা অসম বিধানসভাৰ অধিৱেশনৰ প্রাক্ক্ষণত বিৰোধী দলপতিৰ প্রসংগ সর্বাধিক চর্চাৰ বিষয় হিচাপে পৰিগণিত হৈছে৷ ১৯জন বিধায়ক থকা কংগ্রেছে সাংবিধানিকভাৱে…

ইনষ্টাগ্রাম কেৱল ছোৱালীৰ বাবে… কোনে আৰু কিয় ক’লে এই কথা

এলন মাস্কে বিতর্কিত মন্তব্য কৰাটো নতুন কথা নহয়৷ তেওঁ নিজেই এক্স হেণ্ডেলৰ মালিক৷ সেইবাবে আন সামাজিক মাধ্যমক লৈ তেওঁ স্পর্শকাতৰ৷ কিছুদিন পূর্বে তেওঁ কৈছিল, ‘মই হোৱাটছএপক বিশ্বাস নকৰোঁ৷’ এইবাৰ তেওঁ মন্তব্য কৰিছে, ‘ইনষ্টাগ্রাম ছোৱালীবোৰৰ…

৪৫১ শিশুৰ মৃত্যু… ১,১৯২টি শিশুৰ গাত ধৰা পৰিছে সৰু আইৰ উপসর্গ

সৰু আই আৰু ইয়াৰ উপসর্গত ভুগি যোৱা দুমাহত বাংলাদেশত মৃত্যু ঘটিছে ৪৫১টি শিশুৰ৷ যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১২টি শিশুৰ৷ এই শিশুকেইটাৰ ভিতৰত চাৰিটি শিশুৰ গাত সৰু আই চিনাক্ত কৰা হৈছে৷ ৮টা শিশুৰ গাত সৰু আইৰ উপসর্গ ধৰা পৰিছে৷ সংবাদ মাধ্যমৰ বাতৰিত…

গোৰেশ্বৰত পূজাৰ মাহ প্ৰসাদ খাই অসুস্থ ৬০গৰাকী লোক

গোৰেশ্বৰত মাহ প্ৰসাদ খাই আতংক। গোৰেশ্বৰৰ দীঘলীপাৰত মাহ প্ৰসাদ খাই অসুস্থ প্ৰায় ৬০গৰাকী লোক। দীঘলীপাৰৰ অনিল বড়োৰ ঘৰত অনুষ্ঠিত হৈছিল বাথৌ পূজা পূজাৰ প্ৰসাদ খাই অসুস্থ পুৰুষ-মহিলা আৰু শিশুকে ধৰি ৬০গৰাকী লোক। যোৱা বৃহস্পতিবাৰে…

কাছাৰৰ আৰকাটিপুৰ চাহ বাগিচাত মৰ্মান্তিক ঘটনা

কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিৰ অন্তৰ্গত আৰকাটিপুৰ চাহ বাগিচাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। ফুটবল খেলি পথাৰৰ কাষৰে এটা নলাত গা ধুবলৈ গৈ পানীত বুৰ গৈ অকাল মৃত্যুক সাবটি ল’লে এজন যুৱকে। মৃত যুৱকজনক স্থানীয় বাসিন্দা প্ৰদীপ দুবি বুলি চিনাক্ত…

অহা ২৫ জুনৰ পৰা বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

​বাৰিষা কালৰ আগমন আৰু বন্যজন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৫ জুনৰ পৰা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। এই বন্ধৰ সময়ছোৱাত উদ্যানখনৰ জীপ-চাফাৰী, হাতী চাফাৰী আৰু ৰাফটিং…

ধ্রুৱ মহন্তক মুখ্যমন্ত্ৰীৰ প্রধান প্রেছ সচিব হিচাপে পুনৰ নিযুক্তি

মুখ্যমন্ত্রীৰ সচিবালয়ে প্রকাশ কৰা এক নির্দেশযোগে উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰীৰ প্রধান প্রেছ সচিব হিচাপে দায়িত্ব অব্যাহত ধ্রুৱ মহন্তক। উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাৰ্যকালতো ধ্ৰুৱ মহন্ত মুখ্যমন্ত্রীৰ প্রধান প্রেছ সচিবৰ দায়িত্বত…

মুখ্যমন্ত্রীৰ অ’এছডি হিচাপে পুনৰ নিযুক্তি নৱজিৎ পাটগিৰিক

মুখ্যমন্ত্রীৰ সচিবালয়ে প্রকাশ কৰা এক নির্দেশযোগে উল্লেখ কৰা হৈছে নৱজিৎ পাটগিৰিক মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়াৰ দায়িত্বত পুনৰ নিযুক্তি দিয়া হৈছে৷ নৱজিৎ পাটগিৰি মুখ্যমন্ত্রীৰ যোগাযোগ, জনসংযোগ প্রট’কলৰ দায়িত্বত থাকিব৷ উল্লেখ্য যে ড০…

নেদাৰলেণ্ডছত প্রবাসী ভাৰতীয়ক সম্বোধন মোদীৰ

দুদিনীয়া ভ্রমণসূচীৰে নেদাৰলেণ্ডছত উপস্থিত হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ দ্য হেগ চহৰত আয়োজিত এটা অনুষ্ঠানত তেওঁ নেদাৰলেণ্ডছত থকা প্রবাসী ভাৰতীয়সকলৰ সন্মুখত ভাষণ প্রদান কৰে৷ ভাষণ প্রসংগত তেওঁ ভাৰতৰ ষ্টার্টআপ ইক’ ছিষ্টেম, ডিজিটেল অগ্রগতি…

ৰাজধানী এক্সপ্ৰেছৰ দবাত লাগিল ভয়াৱহ জুই, ভয়ংকৰ পৰিৱেশ

কেৰালাৰ তিৰুৱনন্তপুৰমৰ পৰা হজৰত নিজামুদ্দিন অভিমুখে যাত্ৰা কৰা ৰাজধানী এক্সপ্ৰেছ (12431)ৰ এটা দবাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। দেওবাৰে (১৭ মে’ ২০২৬) পুৱা প্ৰায় ৫:১৫ বজাত মধ্যপ্ৰদেশৰ কোটা ৰেল মণ্ডলৰ লূণীৰিছা আৰু বিক্ৰমগড় আলোট ষ্টেচনৰ…