ইডেনত বিশাল স্কৰ KKR-ৰ, স্তব্ধ গুজৰাটৰ বিজয়ৰথ
IPL 2026ৰ ৬০ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক ২৯ ৰানত পৰাস্ত কৰে। প্রথমে বেটিং কৰি কলকাতাই আৰম্ভণিৰে পৰা গুজৰাটৰ বলাৰসকলক তীব্র প্রহাৰ কৰে৷
অ’পেনাৰ ফিন এলেনে মাত্র ৩৫টা বলতে ১০টা ছয়, ৪টা চাৰিৰে ৯৩ ৰানৰ বিস্ফোৰণ ইনিংছ খেলে৷…