নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ

নিউজ ডেস্ক, ২৩ জানুৱাৰী : দীর্ঘদিনীয়া জল্পনা–কল্পনাৰ অন্ত৷ টি–২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নহাৰ সিদ্ধান্ত ল’লে বাংলাদেশ ক্রিকেট ব’র্ডে৷ বৃহস্পতিবাৰে বাংলাদেশ ক্রিকেট ব’র্ডে দেশৰ ক্রীড়া উপদেষ্টাৰ সৈতে হোৱা বৈঠকত অহা ৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ…

আজি ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টি–২০, দুর্বল ফিল্ডিঙে চিন্তাত ৰাখিছে টীম ইণ্ডিয়াক

নিউজ ডেস্ক, ২৩ জানুৱাৰী : নাগপুৰত বুধবাৰে অনুষ্ঠিত শৃংখলাৰ প্রথমখন মেচত বিজয় সাব্যস্ত কৰিলেও দুর্বল ফিল্ডিঙে চিন্তাত ৰাখিছে ঘৰুৱা দল টীম ইণ্ডিয়াক৷ আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি…

সৰস্বতী পূজা–জুম্মাৰ নামাজ একেলগে হ’ব ভোজশালাত, উচ্চতম ন্যায়ালয়ৰ নির্দেশ

নিউজ ডেস্ক, ২৩ জানুৱাৰী : জ্ঞানবাপী বিতর্কৰ মাজতে শিৰোনামলৈ আহিছে মধ্যপ্রদেশৰ ভোজশালা৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নির্দেশ দিয়ে যে আজি হিন্দু আৰু মুছলমান উভয় সম্প্রদায়ে নিজৰ নিজৰ ধর্মীয় উপাসনা কৰিব পাৰিব উক্ত বিতর্কিত এলেকাত৷ অর্থাৎ আজি…

সম্পাদকীয় : শিক্ষা ঋণ

উচ্চ শিক্ষা অর্জনৰ পথত এটা গুৰুত্বপূর্ণ সোপান হ’ল শিক্ষা ঋণ৷ সাম্প্রতিক সমাজত উচ্চ শিক্ষা আৰু সপোনক বাস্তৱ ৰূপ দিয়াৰ মাজত অদৃশ্য সেতু হ’ল শিক্ষা ঋণ৷ মধ্যবিত্ত পৰিয়ালৰ বাবে উচ্চ শিক্ষাৰ ব্যয় ক্রমাৎ ব’ব নোৱাৰা বোজাসদৃশ হৈছে৷ বিদেশত শিক্ষা…

২৩ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ জানুৱাৰী, মাঘ মাহৰ ৯ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই মেষ : আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ প্রেম–প্রীতিত অনুকূল৷ শুভ ৰং বগা,…

কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

ডিজিটেল সেৱা, ২২ জানুৱাৰী : কাইলৈ সৰস্বতী পূজা। ৰাজ্যজুৰি চলিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ প্ৰস্তুতি। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বাগদেৱীক আদৰিবলৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে। বিদ্যালয়, মহাবিদ্যালয় আৰু…

নিয়োগ বাৰ্তা : ডাক বিভাগত ৩০,০০০টা পদত চাকৰিৰ বিজ্ঞাপন

🔹 আবেদনৰ শেষ তাৰিখ ৪ ফেব্রুৱাৰী গ্রামীণ ডাক সেৱক (জিডিএছ), শাখা ডাক মাষ্টৰ (বিপিএম) আৰু সহকাৰী শাখা ডাক মাষ্টৰ (এবিপিএম) পদৰ বাবে ৩০ হাজাৰৰো অধিক খালী পদ ঘোষণা কৰা হৈছে৷ যোগ্য প্রার্থীয়ে অনলাইনযোগে আবেদন কৰিব পাৰিব৷

বৰভাগৰ দেহাৰকুছিত ‘নৰোত্তম নৰেন্দ্ৰ মোদী’ উন্মোচন

নলবাৰী জিলাৰ বৰভাগৰ পূৰ্ণদৈচপৰা গাঁৱৰ সাহিত্যিক মাণিক চন্দ্ৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশিত “নৰোত্তম নৰেন্দ্ৰ মোদী“ নামৰ গ্ৰন্থখন আজি উন্মোচন কৰা হয় । সাংবাদিক নৰেন শৰ্মাই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি কয় যে এখন গ্ৰন্থৰ সূচীপত্ৰতে…

ভুৱা নিযুক্তি-পত্ৰ লৈ চাকৰিত যোগদান কৰিবলৈ আহি আটক যুৱক

ভুৱা নিযুক্তি-পত্ৰ লৈ নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত আজি এজন যুৱকে চাকৰিত যোগদান কৰিবলৈ আহি নলবাৰী আৰক্ষীৰ হাতত আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটকাধীন যুৱকজন হৈছে জিলাখনৰ বৰবিলাৰ শিশুধন দাস। জানিব পৰা মতে, আজি পুৱাৰ ভাগত শিশুধন দাস…

২০০ ফুট গভীৰ খাদত পৰিল সেনাৰ বাহন, ১০ জোৱানৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২২ জানুৱাৰী : জম্মু-কাশ্মীৰৰ ডোডা জিলাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। সেনাৰ এখন গাড়ী আজি নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট গভীৰ খাদত পৰি যায়। ঘটনাস্থলীতে ১০ জন জোৱানৰ মৃত্যু হয় আৰু আন সাতজন গুৰুতৰভাৱে আহত হয়। ডোডা জিলাৰ…