আৰপিএফৰ মহিলা বিষয়ালৈ ৰে’লৱেৰ সর্বোচ্চ সন্মান
নিউজ ডেস্ক, ১৯ জানুৱাৰী : ৰে’ল ষ্টেচনৰ পৰা নিৰুদ্দেশ হোৱা প্রায় ১,৫০০ শিশু উদ্ধাৰ কৰি ৰে’লৱেৰ সর্বোচ্চ সন্মান লাভ কৰিলে উত্তৰ প্রদেশৰ মহিলা চিআৰপিএফ বিষয়া চন্দনা সিঙে৷
তেওঁ এটি দল গঠন কৰে৷ সেই দলটোৱে মূলতঃ ষ্টেচনৰ নিৰুদ্দিষ্ট শিশুহঁতক…