নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 আলফা (স্বাঃ)ৰ কেডাৰ ধনঞ্জয় অসমৰ আত্মসমৰ্পণ 

ভোগালী বিহুৰ আনন্দ-উল্লাহৰ মাজতেই চুবুৰীয়া ৰাজ নাগালেণ্ডৰ মন টাউনত আলফা (স্বাধীন)ৰ দুধৰ্ষ কেডাৰ ধনঞ্জয় অসম ওৰফে অমৰজোতি মৰাণ (২৪)য়ে আত্মসমৰ্পণ কৰিছে। উল্লেখ যে তিনিচুকীয়া জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত নলনী গাঁৱৰ পৱন মৰাণৰ পুত্ৰ…

হৰপ্পা-মহেঞ্জোদাৰোতকৈ প্রাচীন সভ্যতাৰ সন্ধান লাভ, ক’ত উদ্ধাৰ প্রস্তৰ যুগৰ সমল…

নিউজ ডেস্ক, ১৬ জানুৱাৰী : ১০ হাজাৰ বছৰ পুৰণি সভ্যতাৰ সন্ধান লাভ কৰা হৈছে ওড়িশাত৷ সম্বলপুৰৰ ভীম মণ্ডলী পার্বত্য এলেকাত আৰম্ভ হৈছে অনুসন্ধান৷ প্রত্নতত্ত্ববিদসকলৰ ধাৰণা যে যিটো সভ্যতাৰ সন্ধান পোৱা গৈছে সেয়া প্রস্তৰ যুগৰ৷ যদিহে সঁচাকৈয়ে সেয়া…

৬৬.৭৫ শতাংশ হিন্দুই মুখ্যমন্ত্রী হিচাপে বিচাৰে ড০ শর্মাক, ভোট ভাইবৰ সমীক্ষাৰ তথ্য

নিউজ ডেস্ক, ১৬ জানুৱাৰী : মুখ্যমন্ত্রী হিচাপে অসমৰ ৰাইজৰ প্রথম পছন্দ ড০ হিমন্ত বিশ্ব শর্মা৷ ৬৬.৭৫ শতাংশ হিন্দু লোকেই মুখ্যমন্ত্রী হিচাপে বিচাৰে ড০ শর্মাক৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ভোট ভাইব-এ প্রকাশ কৰা এক সমীক্ষাত এই তথ্য প্রকাশ হৈছে৷…

আজি বাইহাটাত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে

আজি বাইহাটালৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৩২নং কমলপুৰ বিধানসভা সমষ্টিৰ ৩২,৮০৪গৰাকী মহিলাক মহিলা উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰিব। প্ৰায় ৩২ কোটি ৮০ লাখ টকাৰ পুঁজি বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য…

জ্ঞানৰ আকৰ পুথিভঁৰাল

পুথিভঁৰাল সভ্য সমাজৰ অবিচ্ছেদ্য আৰু অপৰিহার্য অংগ৷ জ্ঞানৰ ভাণ্ডাৰ পুথিভঁৰাল বা গ্রন্থাগাৰসমূহে জ্ঞানৰ বিস্তাৰৰ ক্ষেত্রত অপৰিসীম ভূমিকা গ্রহণ কৰে৷ স্থানীয় ভাষা, সাহিত্য আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু প্রচাৰত গ্রন্থাগাৰসমূহে অনবদ্য অৱদান আগবঢ়ায়৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ জানুৱাৰী, মাঘ মাহৰ ২ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্র : মূলা, যাত্রা : শুভ মেষ : অবাঞ্ছিত লোকৰ পৰা সতর্ক থাকক৷ কিন্তু সামগ্রিকভাৱে দিনটো ভালদৰে পাৰ হ’ব৷ শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ পোছাক পিন্ধিব৷ যাত্রা কৰিব পাৰে৷ শুভ…

ৰাজ্যৰ গাঁৱে গাঁৱে নকল কাঁহৰ সামগ্ৰী বিক্ৰী অসাধু ব্যৱসায়ীৰ

আপুনি নিজৰ ঘৰৰ বাবে বা আনক উপহাৰ দিবৰ বাবে মূল্যৱান কাঁহৰ সামগ্ৰী কিনিছে নেকি ? অথবা পুৰণি কাঁহৰ সামগ্ৰী বদলি কৰি লৈছে নেকি নতুন কাঁহৰ সামগ্ৰী ? যদি কাঁহৰ সামগ্ৰী কিনি লৈছে নাইবা পুৰণি সামগ্ৰীৰ বদলি দি নতুন কাঁহৰ সামগ্ৰী লৈছে তেন্তে অলপ…

নগাঁৱৰ ঔঅনাৰ জলাশয়ত সহস্ৰাধিক ৰাজহংসৰ মুক্ত বিচৰণ

এতিয়া শীতকালৰ ফৰকাল বতৰ। এই সময়তেই জলাশয়-বিল আদিলৈ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। থলুৱা বিভিন্ন প্ৰজাতিৰ পক্ষীকুলৰ জলকেলিয়ে নয়নাভিৰাম পৰিবেশৰ সৃষ্টি কৰিছে। এইকেইদিন শীতৰ প্ৰকোপ বৃদ্ধি হৈছে যদিও ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও…

দুটাকৈ কাৰ্যসূচী লৈ আজি ধুবুৰীলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা

আজি দুটাকৈ কাৰ্যসূচী লৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমটো কাৰ্যসূচীত তেওঁ মহিলা উদ্যোমতা আঁচনিৰ অধীনত বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহৰ ১৮,৩৭৫ গৰাকী মহিলাসকল চেক প্ৰদান…

নিউজিলেণ্ডৰ শক্তিশালী প্ৰত্যুত্তৰ, দ্বিতীয় এদিনীয়াত ভাৰত হাৰিল

ভাৰত দ্বিতীয় এদিনীয়াত নিউজিলেণ্ডৰ হাতত ৭ উইকেটৰ ব্যৱধানত পৰাজিত হৈছে। ইয়াৰ লগে লগে তিনিখনীয়া এদিনীয়া শৃংখলাত দুয়ো দলে ১-১ সমতা স্থাপন কৰিছে। ডেৰিল মিচেলৰ শতকীয় ইনিংছে সম্পূৰ্ণ ভাৰতীয় দলকেই বিপদত পেলালে। ৰাজকোটত অনুষ্ঠিত এই এদিনীয়া খেলখনত…