মোদীক চীনত হত্যাৰ চিআইএৰ ব্লু–প্রিণ্ট ফাদিল, ‘অর্গেনাইজাৰ’ত বিস্ফোৰক প্রতিবেদন
নিউজ ডেস্ক, ৩০ অক্টোবৰ : মার্কিন আধিপত্যবাদী আকাংক্ষাক বিশ্বত প্রতিষ্ঠা কৰাৰ হকে ভূ–ৰাজনৈতিক প্রেক্ষাপটক বিচ্যুত কৰাৰ দৰে কুখ্যাত কর্মকাণ্ডৰ বাবে সর্বত্র পৰিচিত আমেৰিকাৰ চোৰাংচোৱা সংস্থা ‘চেন্ট্ৰেল ইণ্টেলিজেঞ্চ এজেঞ্চী’ (চিআইএ)–এ…