নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰ লাচিত সেনা অসমৰ শিমলুগুৰিৰ সচিব বিকাশ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ

বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত শিমলুগুৰি-ধলপুৰ আঞ্চলিক সমিতিৰ সচিব বিকাশ বুঢ়াগোঁহাইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কালি সন্ধিয়া জেল-হজোতলৈ প্ৰেৰণ কৰে। ২৭ অক্টোবৰৰ নিশা প্রায় ১০.৩০ বজাত লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ…

প্ৰধানমন্ত্ৰী নিম আলিবাটত দুৰ্বত্তৰ ধ্বংসযজ্ঞ : দুষ্কৃতিকাৰীৰ সম্ভেদ দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ

সমুহ গোলাঘাটবাসীৰ হৈ কৃতজ্ঞতাৰ চিনস্বৰূপে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উৎসৰ্গা কৰা প্ৰধানমন্ত্ৰী নিম আলিবাটত ৰোপণ কৰা কেবাটাও নিম গছপুলি আজি অজ্ঞাত দুষ্কৃতিকাৰীয়ে উভালি পেলোৱা প্ৰত্যক্ষ কৰি…

TTE-ক ৩০ বছৰ পিছত নিৰ্দোষী ঘোষণা… ছুপ্ৰিম কৰ্টৰ ঐতিহাসিক ৰায়

সৰ্বোচ্চ ন্যায়ালয়ে এটা ঐতিহাসিক ৰায়ত এগৰাকী ৰেলৱে টিকট পৰীক্ষক (TTE)ক নিৰ্দোষী ঘোষণা কৰিছে, যাৰ বুৰুদ্ধে তিনিটা দশক পূৰ্বে ৫০ টকাৰ ঘোচ লোৱাৰ অভিযোগ উঠিছিল। এই ৰায়ে প্ৰমাণ কৰিছে যে ন্যায় পোৱাৰ প্ৰক্ৰিয়াত দেৰি হ’ব পাৰে, কিন্তু সত্য শেষত জয়ী…

৩১ অক্টোবৰত ৰ’য়েল গ্ল’বেল বিশ্ববিঃৰ পঞ্চম দীক্ষান্ত সমাৰোহ

অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ (আৰ জি ইউ)ৰ পঞ্চম দীক্ষান্ত সমাৰোহ ৩১ অক্টোবৰত ৰাজ্যপাল আৰু বিশ্ববিদ্যালয়খনৰ ভিজিটৰ লক্ষ্মণ প্রসাদ আচার্যৰ সভাপতিত্বত অনুষ্ঠিত হ’ব৷ ইয়াত উপস্থিত থাকিব আৰ জি ইউৰ আচার্য ড০ এ কে পানছাৰি, সহঃআচার্য এ কে মোদী,…

গাৰোমাৰীত দুই কুখ্যাত ড্ৰাগছ পেডলাৰ আটক আৰক্ষীৰ

গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষীৰ বৃহৎ সফলতা, দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক মাটিয়া আৰক্ষীৰ। মাটিয়া থানাৰ অন্তৰ্গত গাৰোমাৰীত মংগল বাৰৰ সন্ধিয়া ড্ৰাগছ সৰবৰাহকাৰী দুজনক মাটিয়া আৰক্ষীয়ে খাপ পিটি ধৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা…

সলনি হ’ব আমেৰিকাৰ ইতিহাস…! তৃতীয়বাৰলৈ ৰাষ্ট্রপতি হোৱাৰ পাং ট্রাম্পৰ

আমেৰিকাৰ সংবিধানক অংগুষ্ঠ দেখুৱাই তৃতীয়বাৰৰ বাবে ৰাষ্ট্রপতি হ’ব বিচাৰিছে ড’নাল্ড ট্রাম্প৷ জাপান ভ্রমণৰ পূর্বে সাংবাদিকৰ আগত কৰা মন্তব্যত এই ইংগিত দিছে ট্রাম্পে৷ তেওঁ স্পষ্টকৈ কয় যে বহুতে তেওঁক পৰৱর্তী নির্বাচনত উপ–ৰাষ্ট্রপতি পদৰ প্রার্থী…

মহাবাহুৰ বুকুত বিলীন ঈশ্বৰপুত্ৰ জুবিনৰ চিতাভস্ম

“মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিব...। পৃথিৱীৰ একমাত্ৰ পুৰুষ নদ ব্ৰহ্মপুত্ৰ।”— এই বাক্। সততে যিকোনো স্থানত বাৰে বাৰে উল্লেখ্য কৰিছিল জুবিন গাৰ্গে। ব্ৰহ্মপুত্ৰৰ লগত তেওঁৰ যি আত্মিক সম্পৰ্ক, সেই কথাও প্ৰতিক্ষণতে কৈছিল জুবিনে। সেই আশা আজি…

ফোনত মোক কোৱা হৈছিল এইটো ভাৰতীয় দল… ক্রিছ ব্রডৰ চাঞ্চল্যকৰ অভিযোগ

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মেচ ৰেফাৰী ক্রিছ ব্রডে৷ ২১ বছৰ ধৰি মেচ ৰেফাৰী হিচাপে কাম কৰি আহিছে ব্রডে৷ ১২৩খন টেষ্ট, ৩৬১খন এদিনীয়া আৰু ১৩৮খন টি–২০ মেচত আম্পায়াৰৰ দায়িত্ব বহন কৰা ব্রডে অভিযোগ কৰে যে…

কলিয়াবৰত পুনৰ গঁড়ৰ মৃত্যু, অক্ষত খড়্গ

কলিয়াবৰৰ শিলঘাটত পুনৰ এটা গঁড়ৰ মৃত্যু হৈছে। শিলঘাট কামাখ্যা মন্দিৰৰ নামনিত কলিয়াবৰ চাহ বাগিচাৰ কাষতেই পুৱা মৃত অৱস্থাত গঁড়টোৰ মৃতদেহ প্ৰত‍্যক্ষ কৰে পথেৰে অহা-যোৱা কৰা লোকে। গঁড়টোৰ খৰ্গ সুৰক্ষিত অৱস্থাত আছে। ঘটনাস্থলীত শিলঘাট বন বিভাগ…

ছিপাঝাৰত ভয়াৱহ পথ দুৰ্ঘটনা : ট্রাকৰ খুন্দাত নিহত দুই যুৱক, আহত ১

ছিপাঝাৰত ঘটিল এক ভয়াৱহ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমজিলা কাৰ্যালয় প্ৰাংগণত এখন ট্রাকে খুন্দা মাৰে এখন বাইকক, য’ত ঘটনাস্থলীতে দুজন যুৱকে প্ৰাণ হেৰুৱায়। প্ৰাপ্ত তথ্য অনুসাৰে, এএচ ২৫ কিউ ৯৭৬৬ নম্বৰৰ বাইকখনত তিনিজন যুৱক আহি থকা অৱস্থাত…