ঐতিহাসিক ধোৱা পুখুৰীত মেলি দিলে নিশা ৰাজপথত উদ্ধাৰ কৰা বৰকাছ…
নাজিৰাৰ সমীপৰ চেৰেকাপাৰ বগৰীতলত যোৱানিশা ১০.১৫ বজাত ৰাজপথত উদ্ধাৰ হয় এটা বৰকাছ।
জনা মতে, বিশ্বজিৎ বৰঠাকুৰসহ কেইজনমান ব্যক্তিয়ে শিৱসাগৰৰ পৰা গাড়ীত আহি থকা অৱস্থাত চেৰেকাপাৰ বগৰীতলৰ পথৰ মাজত বৰকাছটো দেখা পাই গাড়ী ৰখাই স্থানীয় আৰক্ষী…