নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাংগণত ৯২সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন
উত্তৰ পূব ভাৰতৰ আধ্যাত্মিক সনাতনী সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ প্ৰাঙ্গণত ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাবে চলি অহা ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ এই বৰ্ষত অহা ৫ নবেম্বৰৰ পৰা ১৭ নবেম্বৰলৈ বিভিন্ন বৰ্ণাঢ্য…