গুৱাহাটী বিশ্ববি: স্নাতকোত্তৰ ছাত্র সন্থাই এবিভিপিক নিষিদ্ধ কৰা সিদ্ধান্ত হাস্যকৰ-অসাংবিধানিক : হেৰল্ড মহন
বিশেষ বাৰ্তা, ২৪ মার্চ : গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্রদেশে যোৱা ১৮ মার্চত এক ছাত্র নেতা সন্মিলন আয়োজন কৰি থকাৰ সময়ত একাংশই অসমৰ সাহস আৰু স্বাভিমানৰ প্রতীক লাচিত বৰফুকনৰ প্রতিচ্ছবি, মা কামাখ্যা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফটো জ্বলাই দিছিল৷ ইয়াৰ বিৰুদ্ধে সমগ্র অসমত বিদ্যার্থী পৰিষদৰ কার্যকর্তাসকলে প্রতিবাদ সাব্যস্ত কৰি…
Read More...