ISISৰ তথ্যৰ সন্ধানত আমিনগাঁও মৰিয়াপট্টি জামে মছজিদত STF
🔹 মছজিদটোৰে আইআইটি গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলীৰ যোগসূত্ৰ
বিশেষ বাৰ্তা, ৬ এপ্ৰিল : আজি আমিনগাঁও মৰিয়াপট্টিত ISISৰ তথ্য বিচাৰি STFৰ এটা দলে অভিযান চলায়। মৰিয়াপট্টিত থকা জামে মছজিদত ISISৰ যোগসূত্ৰৰ সন্ধানত অভিযান চলায় STFৰ দলটোৱে । আই আই টি গুৱাহাটীৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীয়ে দৈনিক মছজিদটোলৈ অহা সূত্ৰে আছিল এই মছজিদৰ লগত সম্পৰ্ক ।…
Read More...