চণ্ডীগড় বিমানবন্দৰৰ নতুনকৈ নাম ৰখা হ’ল ‘শ্বহীদ ভগত সিং বিমানবন্দৰ’
নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: তিনি দিন পাছতেই শ্বহীদ ভগত সিঙৰ জন্মদিন৷ ২৮ ছেপ্টেম্বৰত ভগত সিঙৰ জন্মজয়ন্তীৰ পূর্বে কালি ৯৩সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বাধীনতা সংগ্রামী ভগত সিঙলৈ শ্রদ্ধা জ্ঞাপন কৰে৷ এই প্রসংগতে প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে যে চণ্ডীগড় বিমানবন্দৰৰ নাম সলনি কৰি কৰা হ’ব শ্বহীদ ভগত সিং বিমানবন্দৰ৷…
Read More...