উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়ঃ বিবাহিত অথবা অবিবাহিত সকলো মহিলাই পাব গর্ভপাতৰ অধিকাৰ
নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ বৈবাহিক স্থিতি নির্বিশেষে সকলো মহিলাক নিৰাপদ আৰু আইনী গর্ভপাতৰ গুৰুত্বপূর্ণ ৰায় দিলে উচ্চতম ন্যায়ালয়ে৷ দেশজুৰি তীব্র বিতর্কিত মহিলাৰ গর্ভপাতক লৈ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, জে বি পৰডিৱালা আৰু এ এছ বোপান্নাৰ বিচাৰপীঠৰ গুৰুত্বপূর্ণ ৰায়ত বিবাহিত কিম্বা অবিবাহিত বৈবাহিক স্থিতি নির্বিশেষে সকলো মহিলাই…
Read More...