ক্ৰিকেটাৰ হিচাপে ৫ কোটি ফল’ৱাৰ কোহলিৰঃ এলিট ক্লাব অৱ এথলীটত ৰ’নাল্ডো-লেব্ৰন জেমছৰ পিছতে বিৰাট
বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ৩৩ বছৰীয়া বিৰাট কোহলিয়ে ২০১৯ চনৰ পিছত প্ৰথম শতক স্ক’ৰ কৰাৰ লগতে আন এক কৃতিত্বও অৰ্জন কৰে যিয়ে তেওঁক ক্রিষ্টিয়ানো ৰ'নাল্ডো আৰু লেব্রন জেমছৰ দৰে খেলুৱৈৰ পিছতে স্থান লাভ কৰা দেখা গৈছে৷ বিগত এটা বছৰত সকলো সংগ্ৰামৰ মাজতো টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ৫খন মেচত ২৭৬ ৰান কৰি এছিয়া কাপ ২০২২ৰ দ্বিতীয়…
Read More...