পাঁচ ৰাজ্যত তাণ্ডৱ সৃষ্টি কৰিব ধুমুহা ‘টাউক্টি’য়ে
নিয়মীয়া বাৰ্তা, ১৫ মে’: দক্ষিণ–পূব আৰব সাগৰত নিম্ন চাপৰ ফলত সৃষ্টি হোৱা ঘূর্ণি ধুমুহা ‘টাউক্টি’য়ে ইতিমধ্যে তাণ্ডৱ সৃষ্টি কৰিছে কেৰালাৰ উপকূলীয় অঞ্চলত৷ এই ধুমুহাৰ বাবেই কেৰালাত মুষলধাৰ বৰষুণো সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে কেৰালা, তামিলনাডু, কর্ণাটক, গুজৰাট আৰু মহাৰাষ্ট্রত এই ধুমুহাই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰাৰ…
Read More...