কাইলৈৰ পৰা বর্ষাপাৰাত ঐতিহাসিক টেষ্ট মেচ, শুভাৰম্ভৰ বাবে সর্থেবাৰীৰ পৰা অনা হৈছে ৩৫ কেজিৰ কাঁহৰ বেল
নিউজ ডেস্ক, ২১ নৱেম্বৰ : মাজত মাথোঁ কেইটামান ক্ষণ ৷ শনিবাৰে পুৱা ৮.৩০ বজাৰ লগে লগে টেষ্ট মানচিত্রত অন্তর্ভুক্ত হ’ব গুৱাহাটীৰ নাম৷ বর্ষাপাৰাস্থিত এচিএ ক্রিকেট ষ্টেডিয়ামত শনিবাৰৰ পৰা ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজত আৰম্ভ হ’ব ঐতিহাসিক টেষ্ট মেচ৷ দুয়োখন দেশৰ মাজৰ দুখনীয়া টেষ্ট মেচৰ শৃংখলাৰ বর্ষাপাৰাত হ’বলগীয়া দ্বিতীয় তথা অন্তিমখন টেষ্ট…
Read More...