নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

CAA

CAA আন্দোলনৰ মাজতে ২ যুৱতীৰ উদ্দাম নৃত্য; চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দেশজুৰি অব্যাহত থকা ৰণসদৃশ পৰিস্থিতিৰ সময়তে পশ্চিমবংগত কা বিৰোধী আন্দোলনৰ এক অনুষ্ঠানত দুগৰাকী যুৱতীৰ উদ্দাম নৃত্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আনহাতে যি মঞ্চত এই…

‘কা’বিৰোধী আন্দোলনত হিংসাঃ কটনৰ প্রাক্তন সাঃ সম্পাদকক নিয়াৰ চমন

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ কটন বিশ্ববিদ্যালয়ৰ প্রাক্তন সাধাৰণ সম্পাদক প্রাঞ্জল কলিতাক ‘নিয়া’ৰ কার্যালয়ত হাজিৰ হ’বলৈ  চমন জাৰি কৰিছে ৷ আজি দিনৰ ১১ বজাত ‘নিয়া’ৰ কার্যালয়ত প্রাঞ্জল কলিতাই হাজিৰ হ’ব লাগিব৷ মাওবাদী সংগঠনৰে সম্পর্ক, দেশদ্রোহ…

ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণত জড়িত বিজেপি যুৱ মৰ্চাৰ সদস্যক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে বিজেপি যুৱ মৰ্চাৰ সদস্য দেৱজিৎ হাজৰিকা । উল্লেখ্য যে ১১ ডিচেম্বৰত কা' বিৰোধী…

CAA ক লৈ সংসদত ৰাষ্ট্ৰপতিৰ মন্তব্য: “প্ৰতিবাদৰ নামত হিংসাই দেশক দুৰ্বল কৰে”

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰি আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অধিৱেশনৰ প্ৰথম দিনাই নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত মন্তব্য কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- প্ৰতিবাদৰ নামত হিংসাই দেশক দুৰ্বল কৰে । লগতে চৰকাৰে কা'…

২৮৩৮ পাকিস্তানী, ৯১৪ আফগানী, ১৭২ বাংলাদেশীক দিয়া হৈছে নাগৰিকত্ব, মুঠ কিমান শৰনাৰ্থীক নাগৰিকত্ব দিয়া…

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাঙি ধৰে পাকিস্তানী , বাংলাদেশী আৰু আফগানী লোকে ভাৰতত নাগৰিকত্ব পোৱাৰ হিচাপ । দেওবাৰে চেন্নাইত…

ইতিহাস অধ্যয়ন নকৰাকৈ কথা ক’লে ইতিহাসে ক্ষমা নকৰেঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ কংগ্ৰেছ আৰু বাওঁপন্থীৰ দৰে আমাৰ চৰিত্ৰ নহয়, জন্মৰে পৰা ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ হৈ মাত মাতি আহিছে । ৬ বছৰীয়া অসম আন্দোলনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী দেৱে অসমৰ ৰাইজৰ হৈ আন্দোলনত…

আৰু মাৰ নাখাওঁ, এতিয়া ওলোটাই মৰাৰ সময়

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ শিল্পী, ছাত্ৰ সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জুবিন গাৰ্গৰ ঘোষণা গঠন কৰিম নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দল । শনিবাৰে শুৱালকুছিত সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পী…

নাৰ্জী ফুলৰ মালা নহয়…‘কা’বিৰোধী প্লেকার্ড লৈ ৰভাথলীত দৰা–কইনা

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ তীর্থনগৰী হাজোত ‘কা’বিৰোধী প্রতিবাদেৰে ব্যাপক চর্চালৈ আহিছে এহাল দৰা–কইনা ৷ কিয়নো বিয়াৰ দিনাই দৰা–কইনাই বিৰোধিতা কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ৷ ‘কা’বিৰোধী প্লেকার্ড  হাতত লৈ ৰভাতলীৰ পৰা দৰা–কইনাই কৰিলে অভিনৱ…

ছোনিয়া, প্রিয়ংকা, অ’ৱেছি আৰু ৰবিশ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে উচতনিমূলক ভাষণ প্ৰদান কৰাৰ অভিযোগত কংগ্রেছ নেত্ৰী ছোনিয়া গান্ধী, প্রিয়ংকা গান্ধী ভদ্রা আৰু কেবাজনো লোকৰ বিৰুদ্ধে উত্তৰ প্রদেশৰ আলীগড় মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত এক গোচৰ ৰুজু হৈছে…