নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ দিনাই লাভ কৰিব পেঞ্চনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ  সৰলীকৰণ কৰা হ'ল ৰাজ্যৰ পেঞ্চন ব্যৱস্থা। কাৰ্যালয়ত নহাকৈ চৰকাৰী কৰ্মচাৰীয়ে সহজ ভাৱে পাব পেঞ্চনৰ সুবিধা। চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ বাবে আজি ২৭খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ…

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহায়ৰ হাত আগবঢ়াইছে। বানপীড়িতসকলক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে বলীউডৰ কেইবাগৰকীও তাৰকাৰ লগতে দেশৰ উদ্যোগপতিয়ে। ইয়াৰ মাজতে…

বৰভাগ কলেজৰ বন্যাৰ্তৰ খবৰ ললে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ২১ জুন : "বৰভাগ কলেজলৈ আহি মই মানুহৰ দুখ-দুৰ্দশাৰ খবৰ ল'লো । পানী মানুহৰ ডিঙিলৈলৈকে উঠিছে । এতিয়াও মানুহ ঘৰলৈ উভতি যাব পৰা অৱস্থাত নাই । যিসকলৰ ঘৰ ভাঙিছে আৰু আংশিকভাবে নষ্ট হৈছে সকলোকে আমি সহায়ৰ হাত আগবঢ়াম।"-এই মন্তব্য…

স্বাস্থ্য বিভাগৰ স্থগিত ৰখা লিখিত পৰীক্ষা এসপ্তাহ–দুসপ্তাহৰ ভিতৰত অনুষ্ঠিত হ’ব– মুখ্যমন্ত্রী ড০…

নিয়মীয়াবাৰ্তা,৯ মে':  ৰাজ্যৰ স্বাস্থ্য বিভাগত তৃতীয় আৰু চতুর্থবর্গৰ চাকৰিৰ বাবে অহা ১৫ মে’ত হ’বলগীয়া লিখিত পৰীক্ষা অকস্মাত শনিবাৰে বিভাগটোৱে অনির্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ ঘোষণা কৰে৷ এই সম্পর্কত দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত…

যোগ হ’ল শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক যোগসূত্ৰ স্থাপনৰ মাধ্যমঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২ মে: ‘ভাৰতীয় সনাতন সভ্যতা আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে যোগ৷ জীৱন শৈলীক সুস্থ আৰু সুন্দৰৰূপত গঢ়ি তোলাৰ লগতে মানসিক প্ৰশান্তিৰ বাবে যোগাভ্যাসৰ যি পৰম্পৰা, সেই পৰম্পৰাই আজি বিশ্ব সম্প্ৰদায়ৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ…

১০ মে’ত ৰাজ্য চৰকাৰৰ প্রথম বর্ষপূর্তিঃ খানাপাৰাত বিশাল সমাৱেশ উপস্থিত থাকিব গৃহমন্ত্রী অমিত শ্বাহ

অংশ ল’ব অসম আৰক্ষীলৈ আগবঢ়োৱা ‘প্রেচিডেণ্টছ কালাৰ এৱার্ড’ প্রদান অনুষ্ঠানত জিএমচিএইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল–নতুন পুলিচ ৰিজার্ভ, কামৰূপ উপায়ুক্ত–গুৱাহাটী আৰক্ষী আয়ুক্তৰ কার্যালয়ৰ কামৰ শুভাৰম্ভ নিয়মীয়া বাৰ্তা, ২ মে: …

ব’হাগতে আলফাই আলোচনাৰ বাবে সঁহাৰি জনাওকঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১ মে': "অসমৰ জনতাই শান্তি বিচাৰে। সেয়ে আলফাৰ প্ৰতি আহ্বান আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে সহযোগিতা আগবঢ়াওক।"- এইবুলি আজি সোণাৰিত সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে…

পর্যটন বিভাগৰ ‘পর্যটন সঞ্জীৱনী’ আঁচনিৰ অধীনত পঞ্জীয়নভূক্ত ট্যুৰ অপাৰেটৰ-গাইডক চেক বিতৰণ…

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱত অসম পর্যটন উন্নয়ন নিগমৰ দ্বাৰা ৪৩ কোটি আনুমানিক ব্যয়সাপেক্ষে ৰূপায়িত হ’বলগীয়া অতিথিশালা তথা যাত্রী নিৱাসৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্প ফুড ক’র্ট,…

অসম চৰকাৰৰ ২৬,৪৪১ চাকৰিৰ বিজ্ঞাপন; আবেদনৰ অন্তিম তাৰিখ ৩০ মে’

অসম চৰকাৰৰ ভিন্ন বিভাগত খালী হৈ থকা তৃতীয় আৰু চতুর্থবর্গৰ ২৬,৪৪১ পদত প্রার্থী নিয়োগৰ যো–জা চলিছে৷ নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰা প্রার্থীৰ পৰা আবেদন আহ্বান কৰিState Level Recruitment Commission for Class III Postৰ আৰু State Level…

শংকৰদেৱ বিশ্ববিদ্যালয়লৈ বাজেটত আৰ্থিক অনুদানঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ উত্তৰ পূব ভাৰতৰ সৰ্ব বৃহৎ ধৰ্মীয়, সামাজিক তথা জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰতিষ্ঠিত তথা পৰিচালিত ৰাজ্যৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ অসম চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ…