নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মন্দিয়াৰ নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক উষ্ম আদৰণি

বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক সমষ্টিবাসীৰ সম্ভাষণ। সমষ্টিটোৰ চুকে কোণে বিধায়ক শ্বেৰমান আলী আহমেদক এই অভিনন্দন ৰাইজৰ। সমষ্টিটোৰ ৰাস্তা-ঘাট, বজাৰ সমাৰ সকলোতে বিধায়ক গৰাকীয়ে বাহনৰ পৰা নামি ৰাইজৰ ওচৰলৈ…

ঢকুৱাখনা উচ্চতৰ মাধ্যমিকৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা গগৈক বিদায় সম্বৰ্ধনা

ঢকুৱাখনা সম-জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাপ্ৰাপ্ত কল্পনা গগৈক বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায়ী সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন…

মৰিয়নিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী, স্বস্তিৰ নিশ্বাস স্থানীয় লোকৰ

যোৰহাট জিলাৰ মৰিয়নি শিলিখা চাহ বাগিচাৰ ঢপাদবাৰী ডিভিজনত কিছুদিন ধৰি আতংকৰ সৃষ্টি কৰি থকা এটা নাহৰফুটুকী অৱশেষত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, নিশাৰ ভাগত নাহৰফুটুকীটো পিঞ্জৰাত সোমাই পৰাত বন বিভাগে…

যোৰহাটৰ ৰাজতীয়াত ২০ জোৰা দৰা-কইনাৰ সামূহিক বিবাহ সম্পন্ন

যোৰহাটৰ ৰাজতিয়া গাঁৱত পুনৰ দেখা গ’ল এক ব্যতিক্ৰমী সামাজিক উদ্যোগ। আৰ্থিক অসুবিধাৰ বাবে বিবাহ সম্পন্ন কৰিব নোৱাৰা দুখীয়া পৰিয়ালসমূহৰ সহায়ৰ উদ্দেশ্যে ৰাজতীয়া গাঁওৰক্ষী বাহিনীৰ উদ্যোগত এইবাৰো আয়োজন কৰা হয় ২০ জোৰা দৰা-কইনাৰ সামূহিক বিবাহ…

বিধায়কৰূপে ২৫ বছৰ পূর্ণ, আপোনালোকৰ সেৱাৰ ৰূপালী যাত্রা

🔹 ড০ হিমন্ত বিশ্ব শর্মা ২৫ বছৰ৷ এটা ৰাজনৈতিক যাত্রাৰ নাম নহয়, এয়া হৈছে বিশ্বাস, আশীর্বাদ আৰু জনসেৱাৰ এক আৱেগিক অধ্যায়৷ ২০০১ চনত জালুকবাৰীৰ মোৰ প্রিয় সন্মানীয় জনসাধাৰণে এজন সাধাৰণ কর্মীৰ হাতত যি বিশ্বাসৰ পতাকা তুলি দিছিল, সেই বিশ্বাসক বুকুত…

ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই যুৱক

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি চাহ বাগিচাৰ সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই ২৮ বছৰীয়া যুৱক। নিশা প্ৰায় ৯ বজাত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। জানিব…

বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা কাৰ্বি আংলঙৰ যুৱকৰ ৰহস্যজনক মৃত্যু

কাৰ্বি আংলঙৰ ফুলনিগাঁৱৰ পৰা জীৱিকাৰ সন্ধানত কেৰেলালৈ যাত্ৰা কৰা এজন যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। মৃত যুৱকজন উত্তৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত ফুলনিগাঁৱৰ ৪৩ বছৰীয়া সমৰ বৰা বুলি জানিব পৰা গৈছে। জানিব…

সম্পাদকীয় : ডিজিটেল সংগী

সময়ৰ লগে লগে সমাজ পৰিৱর্তন হৈছে৷ যৌথ পৰিয়ালবোৰৰ সংখ্যা কমিছে, একক পৰিয়ালৰ সংখ্যা বাঢ়িছে৷ পূর্বতে ওচৰ–চুবুৰীয়াৰ সৈতে মানুহৰ যি ঘনিষ্ঠতা আছিল, সেই ঘনিষ্ঠতা আজি বহুততেই দেখিবলৈ পোৱা নাযায়৷ মানুহৰ সময়ৰো অভাৱ৷ ভিন্ন কামত মানুহবোৰ ব্যস্ত হৈ থাকে…

১৪ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ মে’, ব’হাগ মাহৰ ৩০ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণ দশমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই মেষ : কর্মস্থানত মধ্যম। দূৰ ভ্রমণৰ যোগ৷ বিদ্যা–বুদ্ধিত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ২৷ বৃষ :…

ডিব্ৰুগড়ৰ বেংকত প্ৰায় ৫ কোটি টকাৰ হৰলুকী!

এহেজাৰ বা দুহেজাৰ নহয়! প্ৰায় ৫ কোটি টকাৰ হৰলুকি।তাকো খোদ ৰাষ্ট্ৰীয়কৃত বেংকত সংঘটিত হৈছে, এনে ব্যাপক খেলিমেলি। এতিয়া যেন ৰাষ্ট্ৰীয়কৃত বেংকও সুৰক্ষিত নহয় গ্ৰাহকৰ বাবে। তেনে এক বৃহৎ বিত্তীয় কেলেংকাৰী শেহতীয়াকৈ ডিব্ৰুগড়ত পোহৰলৈ আহিছে।…